১০০ কোটিৰ ক্লাবত ৰাজী


মুম্বাই : বক্স অফিচত চমক প্রদ সাফল্য লাভ কৰিছে মেঘনা গুলজাৰৰ বহুচর্চিত ছবি ‘ৰাজী’-এ। মােহময়ী অভিনেত্রী আলিয়া ভাট আৰু নৱাগত অভিনেতা ভিকি কৌশল অভিনীত ছবিখনে এই পর্যন্ত মুঠ ১০২.৫০ কোটি উপার্জন কৰিবলৈ সক্ষম হৈছে। পদ্মাৱত, বাঘী-২, ৰেইড আৰু ছনু কী টিটু কী ছুইটা ছবিৰ পিছত ‘ৰাজী হ’ল ২০১৮ বৰ্ষত
১০০ কোটি উ পাৰ্জন কৰা বলীউডৰ পঞ্চমখন ছবি।


SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: