নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ ফেডাৰেছন বিক্ষোভ


মাণিকপুৰ : বৰপেটাৰ জিলাৰ সৰভোগত ভাৰতৰ ছাত্ৰ ফেডাৰেচন ( SFI)ৰ বৰনগৰ আঞ্চলিক কমিটিৰ উদ্যোগত ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰা, নিয়মীয়া বিদ্যুৎ যোগান, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, কোঁচ ৰাজৱংশীসহ ৫ জনগোষ্ঠীক জনজাতিকৰনৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰেষ৷ ছাত্ৰ সংগঠনটোৱে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ লগতে অগপ দলকো কঠোৰ সমালোচনা কৰি সৰভোগৰ ৰাজপথ উত্তাল কৰি তোলে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: