অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ দেহাৱসান


গুৱাহাটী : অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্ত আৰু নাই । পাঁচ বছৰ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ থকা বিখ্যাত অভিনেতা জন আজি পুৱাই অসুস্থ হৈ পৰাত নগাঁৱৰ জি.ডি. হস্পিটেললৈ নিয়াৰ পথত পুৱা প্ৰায় ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ কথাছবি, অপেছাদাৰী নাট্য আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অভিনেতা গৰাকীৰ মৃত্যু অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: