মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ছফি আহমেদৰ প্ৰশ্ন - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

September 20, 2016

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ছফি আহমেদৰ প্ৰশ্ন

প্ৰশ্নসমূহ :-

১/ ১৯৬৫চনৰ ভোটাৰ তালিকাত নাম থকা মানুহখিনি বিদেশী বা বাংলাদেশী কেনেকৈ হয়?


২/ ১৯৬৫চনৰ ভোটাৰ তালিকাতে ৰাজহ গাঁও ( revenue village ) হিচাপে লিপিবদ্ধ বান্দৰডুবি নামৰ গাঁওখন অবৈধ কেনেকৈ হয়?


৩/ যদিহে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই উচ্ছেদ কাৰ্যকৰী হল তেন্তে তাত থকা মানুহখিনিক আগজাননী বা সময়সীমা কিয় দিয়া নহল?

৪/ মানুহখিনিৰ পুণৰসংস্থাপন বা ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হলনে?

৫/ আৰক্ষীৰ গুলীত নিহত হোৱা নিৰীহ লোকদুজনক চৰকাৰে ঘূৰাই আনিব পাৰিবনে? নিহত হোৱা লোক দুজন বাংলাদেশী আছিল জানো?

৬/ প্ৰমাণ নোহোৱাকৈ কেবল কায়িক দৃষ্টিতেই এজন মানুহ বাংলাদেশী হয়নে?

৭/ সংবাদমাধ্যমে প্ৰমাণ নোহোৱাকৈ কিদৰে সেই লোকখিনিক সন্দেহযুক্ত বাংলাদেশীৰ খিতাপ দিয়ে ? সংবাদমাধ্যমৰ একপক্ষীয়তাৰ ওপৰত চৰকাৰে লেকাম লগাব নোৱাৰেনে?

Responsive Ads Here