‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও লাভ কৰিব পাৰিব মেট্ৰিকৰ ফলাফল - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 24, 2018

‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও লাভ কৰিব পাৰিব মেট্ৰিকৰ ফলাফল

ক’ত আৰু কেনদৰে লাভ কৰিব ফলাফল মেট্ৰিকৰ ফলাফল

গুৱাহাটী : ২৫ মে’ত ঘোষণা কৰিব হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰীয়ে ফলাফল লাভ কৰাৰ লগতে ফলাফলৰ দিনাই প্ৰদান কৰা হ’ব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট৷ 
১২টা ৱেবছাইটত ফলাফল পুৱা ৯ বজাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰাৰ লগতে ‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব৷

http://www.sangbadprahari.co.in/p/results.html


ফলাফল লাভ কৰিব পৰা অন্যান্য ৱেবছাইট :
  • results.sebaonline.org
  • assamreslult.in
  • resultassam.nic.in
  • www.indiaresults.com
  • school.gradeup.co
  • www.exametc.com
  • www.assamonline.in
  • www.assam.shiksha
  • www.results.shiksha
  • www.examresults.net
  • www.jagranjosh.com
  • assamjobalerts.com

SMS যোগেও লাভ কৰিব পাৰিব পৰীক্ষাৰ ফলাফল :

  • BSNLৰ গ্ৰাহকে টাইপ কৰক SEBA18 Roll No লিখি প্ৰেৰণ কৰিব লাগিব 57766 নম্বৰত৷
  • এয়াৰটেলৰ গ্ৰাহকে টাইপ কৰক AS10 Roll No লিখি প্ৰেৰণ কৰিব পাৰিব 5207011 নম্বৰলৈ৷
  • আইডিয়া, জিঅ’, ভোডাফোনৰ নম্বৰৰ পৰাও লাভ কৰিব ফলাফল AS10 Roll No লিখি প্ৰেৰণ কৰিব লাগিব 58888111 লৈ৷

ইয়াৰোপৰি SEBA RESLUTS 2018 এপ ডাইনলোড কৰিও চাব পাৰিব ফলাফল৷
Responsive Ads Here