লিডুত প্ৰকাণ্ড অজগৰ উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 9, 2018

লিডুত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

লিডু : আজি তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ লেখাপানী ফৰেষ্ট ৰেঞ্জৰ অধীন লিডুৰ শামুকজান গাঁৱৰ মোবাৰক খান নামৰ এজন ব্যক্তিৰ ঘৰৰ চোতালৰ পৰা এটা প্ৰায় ১২ ফুট দীঘলৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়।বন বিভাগৰ কোনো কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হোৱা নাই ৷
অজগৰটো ঘৰৰ গৃহস্থই চোতাল চাফাই কৰি থকাৰ অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে আৰু স্থানীয় জুলু খান নামৰ এজন ব্যক্তিৰ সহযোগত অজগৰটো অক্ষত অৱস্থাত উদ্ধাৰ কৰে৷ বৰ্তমান লেখাপানী বন বিভাগত স্থানীয় লোকে খবৰ দিছে যদিও বাতৰি কৰাৰ সময়ৰ লৈকে 
Responsive Ads Here